Tuesday, July 29, 2025
26.3 C
Guwahati
TOP NEWS:

পূৱ বিহালী আঞ্চলিক ছাত্র সন্থা বেদেতীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান :

- Advertisement -

পূৱ বিহালী আঞ্চলিক ছাত্র সন্থা বেদেতীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান :

গোলাঘাট জিলা ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক নৰপিশাচ যুৱকৰ দলে নৃশংস ভাৱে হত্যা কৰিছিল ।

ইফালে হত্যাকাৰীক কঠোৰ শাস্তি দাবীত ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে।

আনহাতে ছাত্ৰ নেতা জনৰ হত্যা কাৰীক কঠোৰ শাস্তি দাবী মঙলবাৰে পূৱ বিহালী  আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদ সভা অনুষ্ঠিত কৰে বেদেতীত ।
ছাত্ৰ নেতা জনৰ হত্যাকাৰিক কঠোৰ শাস্তি দাবী জনাই পূৱ বিহালী আঞ্চলিক ছাত্ৰ সন্থাই ।
সভা পিছতে সন্থাই
৩ দিনৰ বাবে অৰ্ধনিমিত পতাকা উত্তোলনৰ  কাৰ্য্যসূচীও হাতত লয়।
আনহাতে সন্ধিয়া ৫.৩০ বজাত বেদেতী শ্বহীদ বেদীত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত ছাত্ৰ নেতা অনিমেষ ভূঞাক ।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
broken clouds
25.2 ° C
25.2 °
25.2 °
91 %
1.6kmh
80 %
Mon
25 °
Tue
34 °
Wed
33 °
Thu
33 °
Fri
34 °