31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি : অধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

    নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি : অধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী

    নাৰায়ণপুৰ ১৬ ডিচেম্বৰ :

    নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি
    । প্ৰতিস্থান খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসৰ বিৰুদ্ধে শ্ৰেণী কোঠাৰ পৰা ওলাই আহিল শিক্ষক-ছাত্ৰ-ছাত্ৰী । শিক্ষয়িত্ৰীক অশালীন আচৰণৰ লগতে দুৰ্ব্যৱহাৰ অভিযোগ ।

    শিক্ষয়িত্ৰীক নিশা যাপনৰ বাবেও অনুৰোধ জনোৱাৰ অভিযোগ অধ্যক্ষ গৰাকীৰ বিৰোদ্ধে ।

    অধ্যক্ষ গৰাকীয়ে নিজ খেয়ালখুচিৰে শিক্ষকৰ দৰ্মহা কৰ্তনৰো অভিযোগ উত্থাপন শিক্ষয়িত্ৰী সকলৰ ।

    পৰিনতিত তীব্ৰ নিৰাপত্তা হীনতাত ভূগিছে শিক্ষয়িত্ৰী সকলে ।
    আনহাতে প্ৰতিস্থান খনৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসত দীৰ্ঘদিন ধৰি পঢ়াৰ সু-ব্যৱস্থা নথকাৰ উপৰি খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

    বিভিন্ন সময়ত অভিযোগ দি অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই আজি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

    শিক্ষা প্ৰতিস্থান খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়াল খুচি মতে ছাত্ৰ-ছাত্ৰীৰ মাছুল বৃদ্ধি কৰাৰ লগতে আন আন কাৰ্য সমুহো সম্পাদন কৰি অভিযোগ তুলি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে । শীঘ্ৰে অধ্যক্ষ গৰাকীক শিক্ষা প্ৰতিস্থান খনৰ পৰা আঁতৰাই আন এগৰাকী অধ্যক্ষ নিযুক্তি দিবৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে দাবী জনাইছে ।

    নাৰায়ণপুৰ জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds