Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

২০২২ চনৰ প্ৰথম ভাগত বহিঃবিভাগৰ আৰম্ভ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মাণ কাম ৰাজ‍্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয় আজি আবেলিভাগত আকস্মিকভাৱে পৰিভ্ৰমণ কৰি মেডিকেল কলেজখনৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীৰ সৈতে এক বৈঠকত মিলিত হৈ অগ্ৰগতিৰ বুজ লয়।

পৰিভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয় যে নলবাৰী মেডিকেল কলেজৰ ২০২২ চনৰ প্ৰথমভাগত বহিঃবিভাগৰ কাম আৰম্ভ হ’ব।

মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্য বৰ্তমান অগ্ৰগতি ৭০ শতাংশ হোৱা বুলি উল্লেখ কৰাৰ লগতে মেডিকেল কলেজৰ বহিঃবিভাগৰ কাম আৰম্ভনি হোৱাৰ ৬ মাহ আগত নিয়ুক্তি প্ৰক্ৰিয়া আৰম্ভ হব বুলি সদৰী কৰে।

লগতে মন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে উক্ত মেডিকেল কলেজত এতিয়ালৈ কোনো নিয়ুক্তি দিয়া হোৱা নাই ।

আৰু ভৱিষ্যতে কোনো ধৰণৰ কেজেৱেল নিয়ুক্তি দিয়া নহয় নহয় বুলি ঘোষণা কৰে।


লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানে অসমত নিৰ্মান হৈ চাৰিখনকৈ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতা গতি অব‍্যাহত থকা বুলি ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীৰ আজি এই পৰিভ্ৰমণ কালত সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত গীতুমনি ফুকন,অগপ নেতা দিলীপ কুমাৰ দাস,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, গৌতম কষ্ট্ৰাচনৰ বিষয়ববীসকলৰ লগতে নলবাৰী স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds