Saturday, June 14, 2025
30.8 C
Guwahati
TOP NEWS:

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধ

অসম খবৰ প্ৰতিনিধি নলবাৰী -১৯ ছেপ্টেম্বৰ

দেওবাৰে নলবাৰীৰ জিলাৰ পয়লাত ‘নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।
বিশিষ্ট জ্যোতিষী, অৱসৰী শিক্ষক দিপক ৰঞ্জন বৰদলৈয়ে উদ্বোধন কৰা এই অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰকাশ শৰ্মা আৰু অৱসৰী শিক্ষক বৰমাৰ অমূল্য শৰ্মা।

নলবাৰী জিলা সমিতিৰ সভাপতি পংকজ প্ৰতিম শৰ্মাই সভাপতিত্ব কৰা এই সভাখনত নলবাৰী জিলাৰ চাৰিখন আঞ্চলিক সমিতিৰ বিভিন্নজন কৰ্মকৰ্তা উপস্থিত থাকে।

সভাখনৰ আঁত ধৰাৰ উপৰিও শলাগৰ শৰাই আগবঢ়ায় জিলা সমিতিৰ সাঃসম্পাদক জিন্টু মনি শৰ্মাই।

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা'ৰ কাৰ্যালয় উদ্বোধন|#Nalabari#

 

- Advertisement -

Hot this week

ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল

১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
overcast clouds
28 ° C
28 °
28 °
84 %
1.3kmh
99 %
Sat
35 °
Sun
33 °
Mon
34 °
Tue
29 °
Wed
27 °