শেহতীয়া আপডেটঃ

নলবাৰীত গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰৰ দ্বাৰা শিক্ষকক সম্বৰ্ধনা

■ ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো আজি বিভিন্ন স্হানত শিক্ষক দিৱস পালন কৰা হয়৷ জিলা খনৰ গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰ অসম(GAKA)ৰ দ্বাৰা আজি বৃহত্তৰ পশ্চিম নলবাৰীতো শিক্ষক দিৱস পালন কৰা হয়৷

শিক্ষক দিৱস উপলক্ষে আজি অনুষ্ঠানটোৱে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ৪ গৰাকীকৈ শিক্ষকক সম্বৰ্ধনা জনায়৷

 

বৃহত্তৰ পশ্চিম নলবাৰীৰ অবসৰপ্ৰাপ্ত শিক্ষক পূৱ পাকা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ বৰীৰ ৰামেশ্বৰ বড়ো, গোৱালপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৱাৰ অনন্ত ভৰালী, ১ নং বেলশৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বেলশৰৰ হৰিদাস মজুমদাৰ লগতে পশ্চিম চামতা হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক ভগৱান বৰ্মনক একোখনকৈ গামোচাৰ লগতে শৰাই আৰু একোখন মানপত্ৰৰে সম্বৰ্দ্ধনা জনায়৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.