Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

নতুন সাহিত্য পৰিষদ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থানান্তৰণ আৰু গছ কটাৰ বিৰোধিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ যোৱা ২ নৱেম্বৰ তাৰিখে নতুন সাহিত্য পৰিষদৰ অনিল নগৰৰ পুষ্প প্ৰফুল্ল ন্যাস চৌহদৰ ৰাজ্যিক কাৰ্যালয়ত শিক্ষাবিদ ড° ঘনশ্যাম নাথৰ সভাপতিত্বত বহা জৰুৰী সভাই গুৱাহাটী ক্লবত থকা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তি চৰকাৰে স্থানান্তৰিত কৰিবলৈ লোৱা অসংবেদনশীল সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে৷অসমীয়া ভাষা সাহিত্যৰ
প্ৰাণপুৰুষগৰাকীৰ অসমবাসীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চানেকি স্বৰূপে তেওঁৰ ডেৰশবছৰীয়া জয়ন্তীৰ সময়ত স্থাপন কৰা প্ৰতিমূৰ্ত্তিটোএক ঐতিহাসিক ক্ষণৰ সাক্ষী৷ অসমীয়া ভাষাক ধ্ৰপদী ভাষা ৰূপে স্বীকৃতি দানৰ সময়ত ভাষাটোৰেই প্ৰধান কাণ্ডাৰীৰ প্ৰতি চৰকাৰে দেখুৱা এনে অৱজ্ঞা অসমীয়া জাতিটোৰ প্ৰতি কৰা নজাৰহেন অপমান৷ সাহিত্য সংগঠনটোৱে এই সংকটৰ মুহূৰ্ততে নীৰৱ হৈ থকা জাতীয় সংগঠনবোৰৰো তীব্ৰ সমালোচনা কৰে৷
অসম চৰকাৰৰ অবিবেচক সিদ্ধান্তৰ বিৰোধিতা কৰি সচেতন নাগৰিক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজে গঢ়িতোলা আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰা নতুন সাহিত্য পৰিষদে শীঘ্ৰেই নিজৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক আহ্বান জনায়৷ সাহিত্য সংগঠনটোৱে উৰণীয়া সেতু নিৰ্মাণৰ নামত ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ প্ৰাণস্বৰূপ বিভিন্ন প্ৰজাতিৰ চৰাই,পথচাৰীৰ উশাহ সহজ কৰা অম্লজান আৰু পথচাৰীক শতিকাৰ পিছত শতিকা ছাঁ দি অহা গছসমূহ নিৰ্মূল কৰিবলৈ লোৱা অসম চৰকাৰৰ প্ৰকৃতি আৰু পৰিৱেশধংসী হঠকাৰী সিদ্ধান্তৰো বিৰোধিতা কৰিছে৷ এই সৰ্বনশীয়া একপক্ষীয় সিদ্ধান্ত সলনি কৰি দীঘলী পুখুৰীৰ শোভা পৰিৱেশ সুৰক্ষিত ৰাখি বিকল্প সেতু নিৰ্মাণৰ বাবে চৰকাক দাবী জনায়৷

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds