31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ধুবুৰীৰ আটানী ৰথ যাত্ৰা উদযাপন সম্পূৰ্ণ ::

    ধুবুৰীৰ আটানী ৰথ যাত্ৰা উদযাপন সম্পূৰ্ণ ::
    অসম খবৰ ধুবুৰী ১০ জুলাই ::

    প্ৰভু জগন্নাথ দেৱৰ উলোটা ৰথ(বাহুৰা যাত্ৰা মাহীয়েকৰ ঘৰ আৰ্ট অৱ লিভিং আশ্ৰমৰ পৰা পোনেনয়ানি বজাৰ বাৰোৱাৰী মন্দিৰ পৰিক্ৰমা কৰি স্থানীয় ধিনেছ ৰায় আৰু শ্ৰীয়ুক্ত বিশ্বনাথ কৰ্মকাৰ দেৱদ্বৰ ঘৰত সুকলমে সম্পূৰ্ণ হয় ।

    উল্লেখযোগ্য যে ১জুলাই পৰা ৰথ টানি ৮ দিনৰ পিছত আজি পুনৰ শ শ ভক্ত সকলৰ উপস্থিতি আৰ্ট অৱ লিভিং আশ্ৰমৰ পৰা পোনেনয়ানি বজাৰ বাৰোৱাৰী মন্দিৰ পৰা জগন্নাথ পভু ৰথত মাহিৰ ঘৰৰ পৰা উলোটা নিজৰ ঘৰলৈ উভতি যায়।

    উক্ত কাৰ্যসূচীত উপস্থিত থাকে
    বিলাসীপাৰা মহকুমাধিপতি দেৱ, আৰ্ট অৱ লিভিং আশ্ৰমৰ ব্ৰহ্মচাৰী অচ্যুত সত্তাধিকাৰী,
    আৰ্ট অৱ লিভিং আশ্ৰমৰ সদস্য মানস ভট্টাচাৰ্য,
    অমিতাভ ভট্টাচাৰ্যী, সাহাজাহান আলী, আৰু ৰথৰ উদ্যোগতা মহিলা সমিতিৰ সম্প্ৰদায়,

    ধুবুৰী ৰ পৰা আলী আজাত ইছলামৰ প্ৰতিবেদন ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds