Thursday, June 5, 2025
23.5 C
Guwahati
TOP NEWS:

তামিলনাডুত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

তামিলনাডুত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত :

ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল (CDS )বিপিন ৰাৱটসহ ১৪জন লোক আছিল হেলিকপ্টাৰখনত। এই দৰে দাও দাওকৈ জ্বলি সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় হেলিকপ্টাৰখন।

বুধবাৰে তামিলনাডুত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ।
হেলিকপ্টাৰখনত আছিল চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পৰিয়াল আৰু একাংশ কৰ্মী।

প্ৰাথমিক তথ্য অনুসৰি, কুন্নুৰৰ ঘন জংঘলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ANIৰ প্ৰকাশিত
তথ্য অনুসৰি, ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

কইম্বাটুৰ আৰু ছুলুৰ মাজত দুৰ্ঘটনাত পতিত হয় এমআই ছিৰিজৰ হেলিকপ্টাৰখন।

হেলিকপ্টাৰখনত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল।

ভাৰতীয় বায়ুসেনাই দুৰ্ঘটনাৰ পিছতে এক বিজ্ঞপ্তিযোগে জনায় যে চিডিএছ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন IAF Mi-17V5 হেলিকপ্টাৰ তামিলনাডুৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

- Advertisement -

Hot this week

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক, প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক প্ৰেয়সীয়ে দিলে ডাঙৰ...

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক জাননী জাৰি

🔗অসমৰ ২ খন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ আনুষ্ঠানিক...

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
broken clouds
23.6 ° C
23.6 °
23.6 °
93 %
0.8kmh
51 %
Thu
32 °
Fri
34 °
Sat
34 °
Sun
34 °
Mon
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds