Sunday, July 13, 2025
34.6 C
Guwahati
TOP NEWS:

ডঃ কিশোৰ হাজৰিকা আৰু স্নিগ্ধা জ্যোতি গোস্বামী হাজৰিকা পেচিফিক গোল্ডেন কাপল এৱাৰ্ড২০২১ প্ৰদান

- Advertisement -

ডঃ কিশোৰ হাজৰিকা আৰু স্নিগ্ধা জ্যোতি গোস্বামী হাজৰিকা পেচিফিক গোল্ডেন কাপল এৱাৰ্ড২০২১ প্ৰদান

ডিজিটেল ডেস্ক বিশ্বনাথ চাৰিআলি১৪ডিচেম্বৰ-

যোৱা ১২ ডিচেম্বৰত শ্ৰীশংকৰ দেৱ কলাক্ষেত্ৰৰ ভাষাবিদ ড: বাণী কান্ত কাকতি প্ৰেক্ষা গৃহত ত্ৰিকন ফৰ ৱৰ্ল্ড ফাউণ্ডেচন ( “TRIKON FOR WORLD FOUNDATION”) সংস্থাৰ দ্বাৰা অনুষ্ঠিত ইন্টাৰনেশ্বনেল পিছ এৱাৰ্ড২০২১ ( INTERNATIONAL PEACE AWARD -2021) ৰ এক বৰ্ণাঢ্য অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী, পৰ্যটন অনুৰাগী ডঃ কিশোৰ হাজৰিকাক তেখেতৰ পৰ্যটন বিকাশ আৰু সামাজিক কৰ্ম ৰাজিৰ বাবে ইন্টাৰনেচেনেল পিছ এৱাৰ্ড২০২১” প্ৰদান কৰে।


লগতে ত্ৰিকন ফৰ ৱৰ্ল্ড ফাউণ্ডেচন সংস্থাটোৱেবেষ্ট কাপ ল এৱাৰ্ড২০২১ “(BEST COUPLE AWARD -2021 “) ডঃ হাজৰিকাৰ পত্নী স্নিগ্ধা জ্যোতি গোস্বামী হাজৰিকা আৰু হাজাৰিকাক ” পেচিফিক গোল্ডেন কাপল এৱাৰ্ড২০২১(Pacific Golden Couple Award -2021 )প্ৰদান কৰে। এই বটা দুয়ো কৰি অহা পৰ্যটন বিকাশ আৰু সামাজিক কৰ্মৰাজিৰ বাবে প্ৰদান কৰা হয়।


এই অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙ , অভিনেতা ৰবি শৰ্মা, অভিনেত্ৰী গীতাৱলী আদিকে ধৰি আৰু চুবুৰীয়া দেশৰ পৰা অহা কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Hot this week

অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা –   ড° বুলজিৎ বুঢ়াগোহাঁই

          আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ...

Serving Society or Serving the Self? -Dr. Buljit Buragohain

       A noticeable trend in recent times is that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ দুয়োটা ইঞ্জিনেই বিকল হৈছিল বিমান দুৰ্ঘটনাৰ...

অতিথিসকলক মাননি প্ৰদানৰ প্ৰয়োজনীয়তা –   ড° বুলজিৎ বুঢ়াগোহাঁই

          আজি-কালি সাংস্কৃতিক, শিক্ষামূলক, সামাজিক, ক্ৰীড়া আৰু ব্যৱসায়িক ক্ষেত্ৰৰ...

Serving Society or Serving the Self? -Dr. Buljit Buragohain

       A noticeable trend in recent times is that...

সমাজ সেৱা নে আত্মসেৱা ?  ড° বুলজিৎ বুঢ়াগোহাঁই

        এটা কথা লক্ষ্য কৰিবলগীয়া যে কিছুমান ব্যক্তিয়ে "সমাজ...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Related Articles

Popular Categories

Assam
broken clouds
29.1 ° C
29.1 °
29.1 °
79 %
1.4kmh
83 %
Sun
35 °
Mon
30 °
Tue
31 °
Wed
28 °
Thu
31 °