31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰত অৰুণাচলী সুৰা ভৰ্তি গাড়ী জব্দ

    গহপুৰৰ ৰাজগড়ত গহপুৰ থানাৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি অৰুণাচলী সুৰা ভৰ্তি গাড়ী দুখন

    জব্দ কৰে ।

    এখন বলেৰ’ পিক‌আপ আৰু এখন কন্টেনাৰত মুঠ ১১৬০ কাৰ্টুন বিভিন্ন ব্ৰেন্ডৰ অৰুণাচলী সুৰা জব্দ কৰে।

    কন্টেনাৰখনত গোৱালৈ অৰুণাচলী সুৰাখিনি লৈ গৈছিল বুলি জানিব দিয়ে।

    উক্ত সুৰাখিনিৰ মূল্য আনুমানিক ১২ লাখ পৰ্যন্ত হ’ব পাৰে।

    বলেৰ’পিক‌আপ খনৰ নম্বৰ AS 32C 0229 আনহাতে কন্টেনাৰখনৰ নম্বৰ UP 78CT 2731 । উক্ত জব্দকৃত সুৰাখিনি আবকাৰী বিভাগক চমজাই দিয়ে নথি পত্ৰ পৰীক্ষা কৰিবলৈ প্ৰকৃতে সুৰা সমূহ বৈধ নে অবৈধ হয়। আনহাতে বিশ্বনাথ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা অভিযান।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds