Monday, August 11, 2025
33.2 C
Guwahati
TOP NEWS:

কেৰিয়াৰ অপচন আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী (Career Options After Engineering Degree)” শীৰ্ষক ৱেবিনাৰ সম্পৰ্ণ

- Advertisement -

কেৰিয়াৰ অপচন আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী (Career Options After Engineering Degree)” শীৰ্ষক ৱেবিনাৰ সম্পৰ্ণ

     গুৱাহাটী, ৩১ জানুৱাৰী : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত  “কেৰিয়াৰ অপচন আফটাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী (Career Options After Engineering Degree)” শীৰ্ষক এখন ৱেবিনাৰ ৩১ জানুৱাৰী  তাৰিখে  অনুষ্ঠিত হয় ।

ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ  যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই

অভিযান্ত্ৰিকৰ সকলো শাখাৰ শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা আগবঢ়ায় ।

ড° বুঢ়াগোহাঁয়ে  শিক্ষাৰ্থীসকলৰ  বিভিন্ন প্ৰশ্নৰ উত্তৰ  দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।

ৱেবিনাৰখনত  ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক  অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ বাহিৰেও বিভিন্ন বিকল্পৰ বিষয়ে অৱগত কৰে ।

 স্কুল অৱ টেকনলজীৰ ডাইৰেক্ট ড° মনোৰঞ্জন কলিতাইও বক্তব্য ৰাখে ।

Hot this week

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ...

Topics

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

ASSAM RIFLES ORGANISES A DAY WITH COMPANY COMMANDER IN BORO BEKERA, JIRIBAM

In a heartwarming outreach initiative, Assam Rifles organised “A...

Related Articles

Popular Categories

Assam
overcast clouds
31.3 ° C
31.3 °
31.3 °
73 %
1.9kmh
100 %
Mon
32 °
Tue
26 °
Wed
29 °
Thu
26 °
Fri
31 °