31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাইৰ ভেলাখামাৰত চিআৰপিএফৰ চিভিক একচন কাৰ্যসূচী সম্পন্ন

    ♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ শাস্ত্ৰী নগৰত অৱস্থিত চিআৰপিএফৰ ১৫২ বেটেলিয়নৰ উদ্যোগত আজি কৃষ্ণাই আাৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ত এক চিভিক একচন কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ মাজতে ইতিমধ্যে বিদ্যালয় খনৰ চৌহদত চিআৰপিএফৰ ১৫২ বেটেলিয়নৰ দ্বাৰা নিৰ্মিত খোৱা পানীৰ ব্যৱস্থাটোৰো শুভ উদ্বোধন কৰা হয়৷ উদ্বোধন কৰে বেটেলিয়নটোৰ কমাণ্ডাৰ দেৱ শংকৰ মিশ্ৰই ৷ এই উপলক্ষে আজি পুৱা ১০ বজাত বিদ্যালয় চৌহদত এখন গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰে বাহিনীটোৱে৷

    সভাত উপস্থিত থাকি ১৫২ বেটেলিয়নৰ কমাণ্ডাৰ দেৱ কুমাৰ মিশ্ৰই ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰা শিক্ষাৰ মহত্ব আৰু শিক্ষা গ্ৰহণত আধুনিক সা সুবিধাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই আলোচনা কৰে৷ তেওঁ কয় কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল এখন মিনি ভাৰতৰ দৰে৷ ইয়াত দেশৰ প্ৰতি প্ৰান্তৰৰে বীৰ সন্তানে দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আহিছে৷ চি আৰ পি এফে সদায় দেশ আৰু দহৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে৷ সেই উদ্দেশ্যে বাহিনীটোৱে প্ৰতি বছৰে এনে জনমুখী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷

    https://www.facebook.com/asomkhobor2017/videos/152417416727853

    যাৰ জৰিয়তে বিশেষকৈ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ উন্নয়নৰ লগতে চিআৰপিএফ আৰু সাধাৰণ ৰাইজৰ মাজৰ সম্পৰ্ক মধুৰ কৰি তোলাটোত গুৰুত্ব প্ৰদান কৰিছে চিআৰপিএফে ৷ আজিৰ কাৰ্যসূচীত কমাণ্ডাৰ দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত থাকে দ্বিতীয় কমাণ্ড অধিকাৰী ধৰ্ম সিংহ, উপ কমাণ্ডেন্ট বিনীতা কুমাৰী তথা বি,নাৰায়ণন,সহায়ক কমাণ্ডেন্ট নলনী জয়ন্ত, বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আম্বিয়া চলতানা, শ্বহীদ পিতৃ মেৰাজুদ্দিন আহমেদ তথা শতাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ৷ অনুষ্ঠানত কণ কণ ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰি পৰিবেশ উপভোগ্য কৰি তোলে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds