31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাইত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত নিয়মীয়া চাফাই অভিযান

    ♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ সচেতন নাগৰিক মঞ্চ, কৃষ্ণাইৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক সুদূৰপ্ৰসাৰী পদক্ষেপ৷ সপ্তাহটোৰ প্ৰতি শনিবাৰে সমগ্ৰ কৃষ্ণাই বজাৰ খনত সমূহীয়া চাফাই অভিযানৰ পাতনি মেলিছে মঞ্চই৷

    যোৱা শনিবাৰে শুভাৰম্ভ কৰা চাফাই অভিযানৰ আজি দ্বিতীয় দিন৷ আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৃষ্ণাই বজাৰ চাফাই অভিযানত অঞ্চলটোৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে৷ মঞ্চৰ উদ্যোক্তা সকলে জনোৱা অনুসৰি, কৃষ্ণাই মূল বজাৰ খনৰ লগতে পাৰ্শ্ববতী অঞ্চলবোৰতো সচেতন নাগৰিক মঞ্চ, কৃষ্ণায়ে চাফাই অভিযান চলাব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds