Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

কৃষি বিপ্লৱত জড়িত নলবাৰী এদল সাংবাদিক

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

পথাৰো আমাৰ বজাৰো আমাৰ কৃষি বিপ্লৱত জড়িত নলবাৰী এদল সাংবাদিক :

ৰাজ্যত হোৱা অত্যাধিক মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তে কৃষি পথাৰত নামি পৰিছে নলবাৰী জিলা এদল সাংবাদিক ।

এয়া নলবাৰী বৰক্ষেত্ৰী দৃশ্য ।
এই দৰে পথাৰত এদল সাংবাদিক অহৰহ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে SAR Group ৰ সহযোগত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলক এক গোটহৈ নামি পৰিছে কৃষি পথাৰত।

সাংবাদিক সকলৰ লক্ষ্য উদ্দেশ্য হৈছে ৰাজ্যত হোৱা অত্যাধিক মূল্য হ্ৰাস কৰিবলৈ হলে সকলোৱে পথাৰত নিজেই নিজৰ কৃষি কাৰ্যত জৰিত হ’ব লাগিব ।
তেতিয়া পথাৰো আমাৰ বজাৰ আমাৰ সফল হব বুলি প্ৰকাশ কৰে
নলবাৰী জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকাই ।

ইফালে এই কৃষি কাৰ্য জৰিত হোৱা সাংবাদিক দলটো আছে বৰক্ষেত্ৰীৰ সাংবাদদাতা শ্বেখ আমিনুৰ হুছেইন,নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক সুভাষ ডেকা, জয়ন্ত ডেকা, পংকজ বৰ্মণ, সুৰজিত পাঠক, আজিজ আলী,মজনুৰ আলী, পিংকু মণি ৰায় চৌধুৰী, ছাহনুৰ আলম, ৰবেন পাটোৱাৰী, ৰাণা চৌধুৰী,আজিজ তাৰিফ প্ৰমুখ্যে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ যুটীয়া প্ৰচেষ্টাৰে ৫০ বিঘা মাটিত এনেদৰে সৰিয়হৰ খেতিৰ লগতে ঋতুকালীন ফচল উৎপাদনৰ এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।

- Advertisement -

Hot this week

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds