♦ চৰকাৰে জাৰি কৰা ক’ভিড সম্বন্ধীয় নতুন এছ অ পি উলংঘা কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী৷ সান্ধ্য আইন অৱজ্ঞা কৰি ৰাজপথলৈ যান-বাহনসহ ওলাই অহা লোকৰ পৰা জৰিমণা আদায় কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে কৰ’না সৃষ্ট পৰিস্থিতি উদ্বেক জনক হৈ থকাৰ বাবে কালিৰে পৰা বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাক কনটেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা জিলা প্ৰশাসনে জিলা খনত চৌব্বিশ ঘন্টাই বলবৎ হোৱাকে জাৰি কৰিছে সান্ধ্য আইন৷ গেলামাল, শাক পাচলি, ঔষধৰ দোকানৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে কোনো লোককে ঘৰৰ বাহিৰ হোৱাৰ অনুমতি দিয়া নাই প্ৰশাসনে৷ ইয়াৰ পিছতো বহু লোকে অনাহকত ওলাই আহিছে ৰাজপথলৈ৷ ঘুৰি ফুৰিছে যান-বাহনত৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে কঠোৰ হ’বলৈ বাধ্য হৈছে কৃষ্ণাই আৰক্ষী৷ কৃষ্ণাই আৰক্ষীয়ে আজি ক’ভিড প্ৰ’টকল ভংগকাৰী যান বাহন আৰোহীৰ পৰা আদায় কৰিছে জৰিমণা৷ আনহাতে, সকলো লোককে চৰকাৰৰ নতুন এছ অ পি মানি চলিবলৈ কৃষ্ণাই আৰক্ষীয়ে পুণৰ আহ্বান জনাইছে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




