31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

    অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে আজি আনুষ্ঠানিকভাৱে চূড়ান্ত প্ৰতিবেদন দাখিল কৰে৷

    May be an image of 10 people, dais, hospital and text

    ‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷ সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস কৰি আহিছোঁ৷

    May be an image of 4 people, people studying and daisMay be an image of 10 people, dais and text

    এই উদ্দেশ্যতে গঠন কৰি দিয়া অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে আজি আনুষ্ঠানিকভাৱে চূড়ান্ত প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনে সত্ৰৰ ভূমিকেন্দ্ৰিক সমস্যাসমূহৰ এক স্থায়ী সমাধান উলিওৱাত চৰকাৰক নিশ্চিতভাৱে সহায় কৰিব৷’
    – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    May be an image of ‎4 people, temple, dais and ‎text that says "‎'আাসমা সত্র ভুমি সমস্য। পযবেক্ন আব্ পবীক্ষণ আরোগি'র চূড়ান্ত প্রণি বেদন অর্পন জ 한산장르니로 иaлHocT .welacos.5 +ج ፍር፤‎"‎‎May be an image of 4 people, dais and text

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds