31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    অবৈধ বেদখলকাৰীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব বিধায়ক ৰঞ্জিত দত্ত : উচ্চেদ হ’ব বিহালীত ৩২০ বিঘা চৰকাৰী ভূমি

     

    ৰাজ্য আন আন ঠাই লগতে বিশ্বনাথ জিলাতো
    অবৈধ ভাৱে ভূমি দখল কৰা তথ্য পোহৰলৈ আহিছে।
    ইফালে বিহালী সমষ্টিৰ বৰজাৰণী পঞ্চায়তৰ অন্তৰ্গত বৰজাৰণীৰ ভূমি সংৰক্ষণ বিভাগৰ অধীনত থকা প্ৰায় ৩২০বিঘা ভূমিত অবৈধ বেদখলকাৰীয়ে অবৈধ ভাৱে দখল কৰা তথ্য প্ৰকাশ পাইছে শেহতীয়াকৈ।


    ইফালে এই খবৰটি পায় বুধবাৰে সেই স্থানত উপস্থিত বিধায়ক ৰঞ্জিত দত্ত লগতে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় লাট মণ্ডল,গাঁওবুঢ়া তথা স্থানীয় সচেতন লোক।
    অবৈধ ভাৱে দখল কৰি ৰখা ভূমি সমূড় পৰিদৰ্শন কৰে বিধায়ক ৰঞ্জিত দত্তই
    ৷ ইফালে শীঘ্ৰে উক্ত ভূমি উচ্চেদ হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
    আনহাতে দত্তই কয় কোনো অবৈধ বেদখলকাৰীক কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds