অবনি কলিতাক শোণিতপুৰ জিলাৰ সহ প্ৰভাৰী দায়িত্ব অৰ্পণ September 19, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 বিহালী সমষ্টিৰ অৱনি কলিতাক ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলাৰ সহ প্ৰভাৰী হিচাবে দায়িত্ব অৰ্পণ কৰিছে। ভাৰতীয় জনতা পাৰ্টি কৃষাণ মৰ্চা অসম প্ৰদেশ শোণিতপুৰ জিলাৰ সহ প্ৰভাৰী হিচাবে দায়িত্ব অৰ্পণ কৰাত উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মী। ভাৰতীয় জনতা পাৰ্টি ও অসম প্ৰদেশ কৃষাণ মৰ্চাক ধন্যবাদ জ্ঞাপন কৰিছে অৱনি কলিতাই।
Leave a Reply