31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক

    গুৱাহাটী , ৪ ডিচেম্বৰ : অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০২৫ত যথাসম্ভব বেছিসংখ্যক যুৱকে অংশগ্রহণ কৰিব লাগে বুলি মন্তব্য কৰি লগতে কয় যে উৎসৱটো পুনৰাই কল্পনা কৰা হৈছে আৰু ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে দৃষ্টিভংগী, পুনৰ কল্পিত উৎসব, বিকশিত ভাৰত যুৱ নেতা সংলাপ অনুষ্ঠিত হ’ব। দুই ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কার্যসূচী সমন্বয়ক সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, উত্তৰ-পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক জংজিলং আৰু এন ৱাই কে এছৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহাই অসমৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে আৰু লগতে অসমৰ বিকশিত ভাৰত যুৱ নেতা সংলাপ কার্যসূচীত যুৱক-যুৱতীসকল জড়িত হোৱাৰ বিষয়ে আলোচনা কৰে।

    প্ৰগতিশীল আৰু সৰ্বাংগীণ ভাৰত গঢ় দিয়াৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰ নির্মাণত যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ বাবে অনুপ্রাণিত কৰাটোৱেই এই অনুষ্ঠানৰ উদ্দেশ্য। ২০২৫ চনৰ ১১-১২ জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে মুঠতে ভাৰতৰপৰা প্ৰায় ৩০০০ যুৱক-যুৱতীক নির্বাচিত কৰা হ’ব। ১৫-২৯ বছৰ বয়সৰ যুৱক- যুবতীসকলে https://mybharat.gov.inত লগইন কৰি বিকশিত ভাৰত কুইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বা https://quiz2.mygov.inত লগইন কৰিব পাৰে। প্ৰতিযোগিতাৰ অন্তিম দিন চলিত বৰ্ষৰ ৫ ডিচেম্বৰ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds