31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়া কংগ্ৰেছত অথন্তৰঃ কংগ্ৰেছ ভৱনত অনিৰ্দিষ্ট কাললৈ ওলমিল প্ৰকাণ্ড তলা

    ■-ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ ৫৭নং ৰঙিয়া বিধানসভা সমষ্টি। এই সমষ্টিৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল বৰ্তমানৰ বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতাৰ দৰে নেতাই।

    কিন্তু এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত দলৰ কেন্দীয় নেতৃত্বই কংগ্ৰেছ নেতৃত্বাধীন মহাযোটৰ অন্যতম অংশীদাৰ চিপিআই(এম)ক এৰি দিয়া কাৰ্যক যেন সহজভাৱে ল’ব পৰা নাই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলে।

    দীৰ্ঘদিন ধৰি কংগ্ৰেছ কাৰ্যকৰ্তাসকলে এই আখন খন এৰি নিদিবলৈ শীৰ্ষ নেতৃত্বক দাবী  জনাই আহিছিল যদিও,সুফল নাপালে আৰু অৱশেষত চিপিআই(এম)দলৰ নেতা তথা অঞ্চলটোৰ এজন বিশিষ্ট চিকিৎসক ডাঃ ভগৱান দেৱ মিশ্ৰক ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

    ইয়াকে লৈ কংগ্ৰেছ কৰ্মী সকল ক্ষুব্ধ হৈ পৰে আৰু শুকুৰবাৰে দিনৰ ভাগত ৰঙিয়াৰ মহাত্মাগান্ধী পথত থকা কংগ্ৰেছ ভৱনত তলা ওলমাই দিয়ে। তাৎপৰ্যপূৰ্ণভাবে একাংশ কৰ্মীয়ে প্ৰাক্তন বিধায়ক তথা ঘনশ্যম কলিতাৰ অদক্ষতাৰ বাবে আজি ৰঙিয়া সমষ্টি তেওঁলোকৰ হাতৰ পৰা ওলাই যোৱা বুলি অভিযোগ কৰে কংগ্ৰেছ দলৰ অন্যতম টিকট প্ৰত্যাশী ৰাজীৱ আহমেদে।

    আনহাতে কংগ্ৰেছ দলৰ অন্যতম টিকটৰ দাবীদাৰ ডাঃ নৱ ডেকাও এইক্ষেত্ৰত অসন্তষ্টি প্ৰকাশ আহমেদে। ইয়াৰোপৰী ভবেশ কলিতাই প্ৰত্যশিতভাবেই বিজেপি দলৰ পৰা টিকট লাভ কৰে।

    নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত এইদৰে তলা ওলমাই দিয়া কাৰ্যই বিৰোধী পক্ষক স্বাভাৱিকতেই লাভান্বিত কৰাৰ সম্ভাৱনা আছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds