31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    ২৬ জানুৱাৰীৰ পৰা ’কৃষ্ণাই প্ৰিমিয়াৰ লীগ’ আৰম্ভ

    ♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত অহা ২৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ’কৃষ্ণাই প্ৰিমিয়াৰ লীগ’৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ১১ সংখ্যক বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা খনিৰ সামৰণি পৰিব ২৯ জানুৱাৰীত৷ সিদিনা প্ৰতিযোগিতা খনিৰ চূড়ান্ত খেল খনি অনুষ্ঠিত হ’ব সন্ধিয়া ৭ বজাত৷

    পৰিচালনা সমিতিৰ এক সূত্ৰই জনোৱা অনুসৰি, প্ৰতিযোগিতা খনিত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৪০ হেজাৰ টকাসহ ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৩০ হেজাৰ টকাসহ ট্ৰফী এটা আগবঢ়োৱাৰ বিপৰীতে এইবেলি পোন প্ৰথম বাৰৰ বাবে তৃতীয় পুৰস্কাৰ হিচাপে নগদ ১০ হেজাৰ টকাসহ ট্ৰফী এটা আগবঢ়োৱা হ’ব৷

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.