মৰিয়নী ৰে’লৱে হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone ৰ বেল্ট টেষ্ট

♦নিজা বাতৰি দিওঁতাঃ আশীহাৰা কাৰাটে স্কুল অৱ আছাম’ৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত ৪০জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মোহন ৰাও, কুতুবুদ্দিন আহমেদ,বাবুল নেওগ লগতে আন কেইবাজনো লোক৷ বেল্ট টেষ্টত অংশ গ্ৰহণ কৰা বহুকেইজন প্ৰশিক্ষাৰ্থীয়ে সফলতা দেখুৱাবলৈ সক্ষম হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.