Friday, May 23, 2025
32 C
Guwahati

বিৰ্তক বঙালী নেতা প্ৰদীপ দত্ত ৰয়ই মমতা বেনাৰ্জীৰ কিয় অনুৰোধ জনালে :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

প্ৰদীপ দত্ত ৰয়ই মমতা বেনাৰ্জীৰ কিয় অনুৰোধ জনালে :

বিৰ্তক বঙালী নেতা
প্ৰদীপ দত্ত ৰয়ক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰয় শৰণাপন্ন হ’ব বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰদীপ দত্ত ৰয়ে সংবাদ মাধ্যমৰ জৰিয়তে মমতা বেনার্জীলৈ কাতৰ আহ্বান জনাই তেওঁক সহায় কৰিবলৈ আহ্বান জনায় প্ৰদীপ দত্ত ৰয়েই ।

ৰয়ে বঙালীৰ ওপৰত নির্যাতন হোৱাৰ অভিযোগ উত্থাপন কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী সহায় বিচাৰে।

ৰয়ৰ মতে অসমৰ হিন্দু-মুছলিম বঙালীৰ এতিয়া বিপদৰ মাজত। ৰয়ে কয়- অসমৰ বিজেপি চৰকাৰ বঙালী বিৰোধী।

মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই। বৰাক উপত্যকাৰ সমূহ বঙালীকে মই আবেদন কৰিছো, অসমত বঙালী আজি বিপদাপন্ন।


পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক অনুৰোধ জনাইছো, আপুনি আহক আৰু চাওক অসমৰ বঙালী হিন্দু-মুছলিম কিভাবে বিপন্ন।”

mamata didi

উল্লেখ্য যে শেহতীয়াকৈ বৰাকত চৰকাৰী ভাৱছ এখন বেনাৰ অসমীয়াত লিখা বেনাৰ খন এসপ্তাহ ভিতৰত প্ৰদীপ দত্ত ৰয়ে আঁতৰোৱাৰ হুংকাৰ দি কাৰ্যক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াত সফল হোৱা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাক লৈ বিতৰ্কিত বক্তব্য ৰাজ্য ৰাজনীতি বতাহ গৰম কৰি তুলিছে।

- Advertisement -

Hot this week

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
33.3 ° C
33.3 °
33.3 °
49 %
1.1kmh
100 %
Fri
34 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds