Friday, May 23, 2025
30 C
Guwahati

বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা ,প্ৰকৃততে এইয়া এক হুৱাদুৱা নহয়, এইয়া এক বাটৰ নাটহে

বিশ্বনাথ৭ ডিচেম্বৰ: –

বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা ,প্ৰকৃততে এইয়া এক হুৱাদুৱা নহয়, এইয়া এক বাটৰ নাটহে।

বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত লাগিল হুৱাদুৱা|Awareness society of female|#Asomkhobor#

মঙ্গলবাৰে বিহালী সমষ্টিৰ সমাজ কল্যাণ বিভাগৰ বিহালী শিশু উন্নয়ন প্ৰকল্পৰ আৰু বিহালী স্নাতক মহাবিদ্যালয়, বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী আৰু জীৱিকা সখীৰ কৰ্মী সকলৰ সৌজন্যত ৰাজ্যত সঘনাই সংঘটিত হৈ থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ওলাই আহিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ।

বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰা পদযাত্ৰা কৰি বৰগাং চেন্টাৰৰ মাজমজিয়াত স্বাস্থ্য কৰ্মী আৰু সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকলৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনৰ পাছতে পুণৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে দি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন শ্লগানৰ জৰিয়তে বৰগাঙৰ আকাশ বতাহ উত্তাল কৰি তোলে ছাত্ৰ ছাত্ৰী আৰু মহিলা সকলে ।

ইফালে এই অনুষ্ঠানত উপস্থিত থকা বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত কংকনা শইকীয়াই বিশ্বনাথ বাসী ৰাইজক আহবান জনাই কয় যে শিশু আৰু মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা শীঘ্ৰে বন্ধ কৰক , মহিলা আৰু শিশু সকলক জীয়াই থকাৰ প্ৰেৰণা দিবলৈ আহবান অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
32 ° C
32 °
32 °
56 %
0.5kmh
89 %
Fri
34 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds