Tuesday, July 1, 2025
26.8 C
Guwahati
TOP NEWS:

বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰীৰ উদ্দোগত বিদায় সম্বৰ্ধনা জ্ঞাপন অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী ফৰিদুৰ ৰহমানক

- Advertisement -

বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰীৰ উদ্দোগত বিদায় সম্বৰ্ধনা জ্ঞাপন অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী ফৰিদুৰ ৰহমানক

১৯৮৪ চনৰ পৰা সেৱা আগবঢ়াই থকা ফৰিদুৰ ৰহমানে ৩১/১২/২০২১ চনতে অৱসৰ হৈছিল যদিও আজি তেখেতক বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰীৰ উদ্দোগত বিদায় সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।

লেৱৰ্টৰী টেকনিচিয়ান কুমুদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী তথা নলবাৰী জিলাৰ বড়িগাঁৱৰ নিবাসী ফৰিদুৰ ৰহমানক
ফুলাম গামোচা,শৰাই আৰু মানপত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ডাক্তৰ অৰ্পণা দাসৰ উপস্থিতিত স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰী সকলে।

বিগত কভিড মহামাৰীৰ দিনতো অহৰহ সেৱা আগবঢ়াই, নিজৰ জীৱনকো অওকাণ কৰি সুন্দৰ ভাৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা স্বাস্থ্য কৰ্মী জনৰ বিদায়ী সময়ত সকলোৰে চকুৰে অশ্ৰু নিগৰে।

নিয়মিত ভাৱে স্বাস্থ্য কেন্দ্ৰটোত সময়মতে আহি আহি নিজৰ কৰ্তব্যৰে নিজৰ কাম সমুহ দায়িত্বসহকাৰে পালন কৰি অহা স্বাস্থ্য কৰ্মী ফৰিদুৰ ৰহমানৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰে অঞ্চলটোৰ ৰাইজৰ লগতে বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰী সকলে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Hot this week

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
2.5kmh
100 %
Tue
33 °
Wed
30 °
Thu
30 °
Fri
29 °
Sat
26 °