31.3 C
Guwahati
Saturday, November 8, 2025
More

    শেহতীয়া আপডেটঃ

    পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্‌যাপন

    পূৱ ডিক্ৰং মহাবিদ্যালয়ত

    ৰাট্ৰীয় কন্যা শিশু দিৱস উদ্‌যাপন ।

    আজি পূৱ ডিক্ৰং মহাবিদ্যালয়ত ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ৰাট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় ৷পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ ৰাট্ৰীয় সেৱা আঁচনি গোটৰ সমন্বয়ক কমল মিলিয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰশান্ত নেওগে ৷ অধ্যাপক কমল মিলিয়ে উদ্বোধন কৰা সভাখনিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সম্পৰ্কে বক্তব্য ৰাখে শিক্ষাতত্ব বিভাগৰ অধ্যাপিকা সাৱিত্ৰী বৰাই ৷আজি অনুষ্ঠানত কন্যা শিশুৰ মহত্ত্ব ব্যাখ্যা কৰি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক পূৰ্ণ বৰাই ’কন্যা শিশু মানৱ সভ্যতালৈ ঈশ্বৰৰ মহান দান ৷কন্যা মানৱ সভ্যতাৰ নান্দনিক প্ৰাচুৰ্য্যৰ সমাহাৰ ৷ ৰাজীৱ হাজৰিকাই বক্তব্য ৰখা সভাত উপস্থিত থাকে ৰৱিন শইকীয়া,হেমাঙ্গ কুমাৰ নেওগ,শিৱ ফুকন,শৰত বৰা,বিদু্্যত শইকীয়া,জয় কুমাৰ দেউৰী, জীতেন দলে,কনক খণ্ডাল ,সোণমণি৷বৰা,পুৰঞ্জয় সোণোৱাল,জ্যোতিমণি শইকীয়া,যাদৱ বৰুৱা,প্ৰিয়ৰাম ঠেঙাল আৰু ছাত্ৰছাত্ৰীসকল ৷আজি সভাত বৃহত্তৰ পূব ডিক্ৰং অঞ্চলৰ চাৰিগৰাকী প্ৰতিভাৱান ছাত্ৰীক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

    নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds