শেহতীয়া আপডেটঃ

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

কেতিয়াবা আপোনাৰ অসুস্থ স্বাস্থ্যৰ বাবে প্ৰথমে আপুনি স্বামী উচৰত অৱহেলিত হ'ব পাৰে। তাৰপাছত সন্তানৰ ওচৰটো অৱহেলিত হৈ পৰিব পাৰে ।

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা।

নাৰী অসম্পুৰ্ণ যৌনতাৰ পৰা হ’ব পৰা নাৰীৰ সমস্যা বোৰ এনেধৰণৰ : হাইপ্রেচাৰ, মূৰৰ ঘুৰণি, হাৰ্ট এটেক্ট, ভাৰ্গিন ড্ৰাইনেছ, খিং খঙীয়া হঠাৎ খং উঠা আদি সমস্যা মহিলাৰ ক্ষেত্ৰত দেখা দিব পাৰে।

কেতিয়াবা এনে সময়ত অপ্ৰাপ্তিৰ বাবে ল’প্ৰেচাৰ থাকিলে মূৰৰ বিষ হৈ মূৰৰ পৰা বিষ তললৈ নামি আহে আৰু কঁকালত তাৰ পিছত বিষ গোটেই ভৰিলৈকে নামি আহে আৰু গোটেই মানুহ জনীক একেবাৰে যথৰ কৰি পেলাব পাৰে। অনভিজ্ঞ মানুহ এগৰাকীয়ে কি হৈছে একো ধৰিব নোৱাৰে।

তেনে অনুভৱ হ’লে যদি মূৰৰ বিষ হয়, লাহে লাহে মূৰটো মালিছ কৰি লাহে লাহেকৈ বাহিৰত অলপ খোজ কাঢ়ি তাৰপাছত খৰকৈ খোজ কাঢ়ি দিলে আৰাম পোৱা যায়। আৰু অলপ নেমু চৰবত খাই দিব লাগে।

আটাইতকৈ ডাঙৰ কথা হ’ল বহু নাৰীয়ে এইটো বুজি নেপাই যে কি তেওঁ Sexsual satisfaction হৈছেনে নাই। সেই বাৰে কেতিয়াবা নাৰীৰ শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ, ব্যস্ততাৰ অভাৱ, আৰু খাদ্য বিসংগতিৰ বাবে তেঁওলোকৰ অজানিতে বহু অসুস্থতাৰ কাৰণে হ’ব পাৰে। স্বাস্থ্যই অমূল্য সম্পদ, আপোনাৰ অজানিত ভুলৰ বাবে আপুনি নিজে জীয়াতু ভুগিব আৰু আপোনাৰ সন্তানক চোৱা চিতা কৰিবলৈ নোৱাৰাৰ বাবেই সন্তানেও জীয়াতু ভুগিব পাৰে।

কেতিয়াবা আপোনাৰ অসুস্থ স্বাস্থ্যৰ বাবে প্ৰথমে আপুনি স্বামী উচৰত অৱহেলিত হ’ব পাৰে। তাৰপাছত সন্তানৰ ওচৰটো অৱহেলিত হৈ পৰিব পাৰে । সন্তানৰ ওচৰত অৱহেলিত হোৱাতকৈ আৰু যন্ত্ৰণাদায়ক চাগে এগৰাকী মাতৃ বাৰে একো হ’ব নোৱাৰে। আৰু এদিন আপুনি নিজৰ যন্ত্ৰণাৰ কাহিনী বুকুত লৈ এই পৃথিৱীৰ পৰা হেৰাই যাব। সেয়ে নিজক বুজিব শিকক, স্বাস্থ্য যত্ন লওক আৰু সুখী হৈ থকাক আৰু আপোনাৰ পৰিয়ালটোক সুখী ৰাখক।

#anuvobimon

কেইটামন বাস্তৱ পৃথিৱীৰ পৰা মই নিজ কাণে শুনা শব্দ।

• কি খালে বাইদেউ এই শুদা ভাত কণী আছিল নাখালো। কিয়? গা গৰম উঠিলে কলৈ দৌৰ মাৰিম।

• আপুনিহে বুঢ়া হৈছে মইটো এতিয়াও বুঢ়া হোৱা নাই।

• মদৰ নিচাত যদি মাহৰ এবাৰ বিছনাত আহে মই কি কৰিম ক, মইটো আৰু মদ নেখাও তেওঁহে খায়। মোৰটো প্ৰায়োজন আছে।

হয় নাৰীৰ কি যৌনতা প্ৰায়োজন নাই নেকি। ক’ত নাৰী গোপনে উচুপি কান্দে কোনোবাই মুখ খুলি ক’ব পাৰে। কিমান নাৰী আছে বিধবা, বিবাহ বিচ্ছেদ হোৱাৰ কোনোবা আকৌ অবিবাহিত আৰু কিমান গৰাকী নাৰীৰ পতি আধা বয়সৰ।

সুস্থ শৰীৰ বাৰে যৌনতা প্ৰয়োজন আছেই। বিধৱা নাৰী এগৰাকীয়ে হঠাৎ মাছ মাংস এৰি দিব নোৱাৰে। সুস্থ হৈ নিজৰ ল’ৰা ছোৱালীক চোৱা চিতা কৰিবই লাগিব।

If Sex is natural, Sex বিশেষকৈ আমাৰ খাদ্য, শাৰীৰিক পৰিশ্ৰম, ব্যস্ততাৰ আৰু জীৱন যাপনৰ শৈলী, আদিৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ ঋষি মুনি সকলে ফলাহাৰ খাই নিজৰ দেহ মন শান্ত কৰি সন্ন্যাসী জীৱন যাত্ৰা কৰিছিল। ঠিক সেইদৰে সাধাৰণ মানুহে তেনে এক কঠোৰ জীৱন যাপন কৰা সহজ নহয়।

Global Gyan in Assamese

বিশেষকৈ অবিবাহিত নাৰীৰ বা বিধৱা, বিবাহ বিচ্ছেদিত নাৰীৰ জীৱনটো অতি দুৰ্বিহঃ হৈ পৰে। কেতিয়াবা অপ্ৰপ্ত বা অসন্তুষ্ট যৌন সম্ভোগ আৰু অসুখী জীৱন শৈলীৰ বাৰে এগৰাকী নাৰী Depression আৰু Anxiety ভুগি তেখেতৰ জীৱন নৰক সদৃশ ব’হ পাৰে। কাৰণ টোপনি কমি যোৱাৰ বাৰে তেখেতেৰ মানসিক দুচিন্তাত ভুগিব পাৰে।

অৱশ্যে এই ক্ষেত্ৰত খুব ব্যস্ত জীৱন, নিৰামিষ আহাৰ, আৰু অধিক শাৰিৰীক পৰিশ্ৰম, যোগ বা নিয়মিত ব্যাম্ আৰু অধিক সময় যদি মানুহৰ মাজত অথবা যৌথ পৰিয়ালৰ লগত থাকে তেনে মানসিক দুচিন্তা পৰা আঁতৰি থাকিব পাৰে।

কিন্তু বৰ্তমান সৰু পৰিয়াল অধিক সময় অকলশীযৰে, ব্যস্ততাৰ অভাৱৰ, শাৰিৰীক পৰিশ্ৰম অভাৱ বাবে এগৰাকী নাৰী মানসিক ভাৱে প্ৰভাৱ পেলাব পাৰে। কিছূমান অবিবাহিত নাৰী মানসিক ভাৱে ভাগি পৰি phycologist ৰ চিকিৎসা পযন্ত ল’ব লগা হয় কিয়নো Sex give us mental relaxation and it’s cool our mind.

পুৰুষৰ বোৰৰ বাৰে বেশ্যালয় সদাই খুলা থাকে আৰ্মী সকলৰ বাবেও সদাই খোলা থাকে । আৰ্মী পত্নীৰ, বিধৱা, অবিবাহিত, বিবাহ বিচ্ছেদিত তেওঁলোকৰ ইচ্ছা অনিচ্ছা প্ৰকাশ কৰে কাৰ ওচৰত। সত্যবতি হৈ জীয়াই থাকিবই লাগিব।

অৱশ্য এগৰাকী Loyal women এ যিমান যৌনতা প্ৰয়োজন থাকিলেও সহজে স্বামীৰ বিশ্বাস ভংগ নকৰে । এগৰাকী পত্নী Loyal হৈ থাকিবলৈ স্বামীৰ প্ৰতি পত্নীৰ অগাধ বিশ্বাস, ভাল পোৱা আৰু সন্মনে থাকিব লাগিব। ঠিক সেইদৰে স্বামীয়েও পত্নীক সিমানে মৰম আৰু ভালপোৱাৰ দিব লাগিব। কিন্তু বহু ক্ষেত্ৰত দেখা যায় বিয়াৰ পিছত বহু পুৰুষে পত্নীৰ অৱহেলা কৰে ।

কিন্তু বিশ্বাস ভংগ কৰা নকৰাতকৈ ই কিমান স্বাস্থ্য সন্মত সেইয়াহে বিচাৰ্য বিষয়। কিয়নো মই আগতেও কৈছোঁ সকলো মানুহে সন্ন্যাসী জীৱন যাপন কৰিব নোৱাৰে। তাৰোপৰি Sex give us mental relaxation and it’s cool our mind।

যৌনতা বিষয়টো প্ৰতি আমাৰ মহিলা বোৰৰ জ্ঞান কম থকাৰ বাবে কেতিয়াবা আমি নাৰী নাৰীৰ শত্ৰু জ্ঞান কৰোঁ। প্ৰায়ে দেখা যায় বিধৱা অথবা বিবাহ বিচ্ছেদ হোৱাৰ অবিবাহিত নাৰীৰ ঘৰত কোন পুৰুষ আহিছে তাত আমি নাৰী বোৰে বেছি ভুল বুজা বুজি হওঁ । কাৰণ নাৰী বোৰৰ এক ভয় থাকে কিজানি মোৰ স্বামীয়ে বিবাহ বিচ্ছেদ হোৱা অবিবাহিত, বিধৱা গৰাকীক চকু দিয়েই বা। পিছে আপোনাৰ সত্যবত পতি বাহিৰত কি কৰি আছে আপুনি জানো জানে। বেয়া পুৰুষে যাকেতাকে চকু দিয়ে সেই কথা আমি আজলী মাইকী মানুহে ক’ত গম পায়।

নাৰীৰ অসম্পূৰ্ণ যৌনতাৰ কিছুমান কাৰণ এনে ধৰণৰ:

নাৰীৰ যৌন ইচ্ছা অনিচ্ছা বোৰ নাৰীৰ মনৰ ওপৰত নিৰ্ভৰশীল।এগৰাকী নাৰী যৌন তৃপ্ত তেতিয়াহে সম্পূৰ্ণ হয় যেতিয়া তেখেতে নিজ ইচ্ছা অনুসৰি আগ্ৰহী হয় আৰু চুম্বন কৰে। চুম্বন আৰু sex দুইটা একে নহয়। পতি পত্নীৰ মাজত অন্তৰৰ পৰা ভাল পোৱা থাকিলেহে নাৰী সাধাৰণতে পুৰুষক চুম্বন প্ৰতি আগ্ৰহ কৰে। নহ’লে কেৱল বিনা প্ৰতিবাদে কেতিয়াবা অনিচ্ছা সত্বেও দেহ দান কৰে।

যেনে মদাহী পতি হ’লে পত্নী যদি নিচা একেবাৰে নকৰে তেনে ক্ষেত্ৰত কেতিয়াবা নাৰী অনিচ্ছা সত্ত্বেও দেহটোহে দান কৰে তাঁত কিছুমান নাৰী সন্তুষ্টি নাথাকিব পাৰে । আৰু পতিৰ চৰিত্ৰ বিষয়ে গম পালে নাৰী মুক্ত মনে দেহ দান কৰিব নোৱাৰে। তেতিয়াও কিছুমান নাৰী সন্তুষ্টি নাথাকিব পাৰে। কেতিয়াবা পুৰুষৰ দ্ৰুত স্খলন বাবেও নাৰী অসম্পূৰ্ণ যৌনতা তৃপ্তি হয় ।

(কেইবাগৰাকী অবিবহিত নাৰীৰ বিৰহ যন্ত্ৰণা দেখা পাইহে লেখাটো লিখিলোঁ)

©®™ মূল পোষ্ট ✍️ Uresha Saikia.
Follow my page, 🙏🏼
#facebookpost

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.