31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    নলবাৰী ঘগ্ৰাপাৰৰ-বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান :

     

    ঘগ্ৰাপাৰৰ-বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান :জী-জোৱাই কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান :


    নলবাৰী প্ৰতিনিধি অসম খবৰ ১৯ ছেপ্টেম্বৰ ::

    নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰী নামঘৰত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ভাদমহীয়া ভাগৱত পাঠ,নাম সংকীৰ্তন,সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়।
    পবিত্ৰ ভাদ মাহ উপলক্ষে গোটেই ভাদ মাহটো উক্ত নামঘৰত অঞ্চলটোৰ পুৰুষ-মহিলা সকলে নাম কীৰ্তন কৰি আহিছিল।দেওবাৰে সামৰণি অনুষ্ঠান হিচাপে পুৱা পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে পূৱ-নলবাৰী মিলন আঞ্চলিক থিয় আৰু দিহা নাম দলৰ নাম প্ৰদৰ্শনে ৰাইজক আল্পুত কৰি তুলে।
    উক্ত অনুষ্ঠিত জী-জোৱাই আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

    ফইজুল হক চৌধুৰী

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.