Thursday, July 31, 2025
26.3 C
Guwahati
TOP NEWS:

দুদিনীয়া কাৰ্য্যসূচীৰে বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিবেশন সম্পন্ন

- Advertisement -

দুদিনীয়া কাৰ্য্যসূচীৰে বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ পঞ্চবিংশতিতম বাৰ্ষিক অধিবেশন সম্পন্ন

শনি আৰু দেওবাৰে বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয় উক্ত অধিবেশন৷

আজিৰ মুকলি অধিবেশনত বাৰ্ষিক মুখপত্ৰ বল্লভা উন্মোচন কৰে এমট্ৰনৰ উপপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷

গ্ৰন্থ উন্মোচন কৰি ভাণ্ডাৰ কায়স্থই কয় আধুনিক বিশ্বক গ্ৰন্থই পৰিচালনা কৰি আছে৷

শাখা সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিবেশনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহ সদস্য ডা°বিপিন চন্দ্ৰ কলিতা,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক স্বাহ আলম আদিয়ে ভাষন ৰাখে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সম্পাদক উপেন্দ্ৰ স্বৰ্গিয়াৰীয়ে৷৷

দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাৰ্ষিক অধিবেশনৰ পহিলা দিনা বিষয়বাচনি সভাত ৰজত চন্দ্ৰ শৰ্মাক সভাপতি,উপেন্দ্ৰ স্বৰ্গিয়াৰীক উপসভাপতি,সুনীল কলিতা সম্পাদক আৰু চন্দ্ৰধৰ বেজবৰুৱাক সহকাৰী সম্পাদক হিচাবে লৈ নতুন কাৰ্য্যনিৰ্বাহ সমিতি গঠন কৰে৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
few clouds
24.9 ° C
24.9 °
24.9 °
93 %
1.8kmh
21 %
Wed
25 °
Thu
34 °
Fri
34 °
Sat
32 °
Sun
28 °