31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা Video

     

    গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা

    অসম খবৰ প্ৰতিনিধি গোৱালপাৰা ১৯ ছেপ্টেম্বৰ ::

    মৎস্য চিকাৰ মানৱ জাতিৰ এক প্ৰাচীন পৰম্পৰা ৷
    দেশে বিদেশে ইয়াৰ ধৰণ আৰু প্ৰক্ৰিয়া ভিন্ন যদিও মৎস্য চিকাৰৰ প্ৰকৃত উদ্দেশ্যই হ’ল ভোগ আৰু আনন্দ প্ৰাপ্তি ৷
    যুগ পৰিবৰ্তনৰ লগে লগে মৎস্য চিকাৰ পৰম্পৰাই প্ৰতিযোগিতাৰো স্থান ল’লে ৷ তেনে এক মৎস্য চিকাৰ প্ৰতিযোগিতাই অনুষ্ঠিত হ’ল গোৱালপাৰা জিলাৰ টুকুৰাৰ কাষৰীয়া ভীমাজুলিত ৷

    বৰশী বাই মাছ ধৰা এই প্ৰতিযোগিতা অংশ ল’লে শশ প্ৰতিযোগীয়ে ৷

    উদ্যোক্তা সকলে জনোৱা অনুসৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই বৰশী বোৱা প্ৰতিযোগিতা।

    অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে বিগত বছৰত এই প্ৰতিযোগিতা অনুষ্ঠিত নহ’ল ৷ এইবেলি পৰিবেশ কিছু উন্নত হোৱাত আয়োজন কৰা হয় এই আকৰ্ষণীয় প্ৰতিযোগিতা ৷ জানিব পৰা মতে এইবেলি বৰশী বোৱা প্ৰতিযোগিতাত অসমৰ গোৱালপাৰা জিলাৰ লগতে মেঘালয়ৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু প্ৰতিযোগীয়ে অংশ লয় ৷ শ্বিলং আৰু দাৰ্জিলিঙৰ আদি কে ধৰি বহু প্ৰতিযোগীয়ে আংশ কৰে এই বৰশী বোৱা প্ৰতিযোগিতাত ৷

    গোৱালপাৰাৰ ভীমাজুলিত বৰশী বোৱা প্ৰতিযোগিতা

    প্ৰতিনিধি গোৱালপাৰা
    কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds