শেহতীয়া আপডেটঃ

কৃষ্ণাইৰ বুকুলৈ নামি আহিল ফাগুনৰ প্ৰথম জাক বৰষুণ

◆ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই●
ফাগুনৰ পছোৱা বতাহে আকাশ বতাহ ধুলিময় কৰি তোলাৰ সময়তে ধৰাৰ বুকুলৈ নামি আহিল বসন্তৰ প্ৰথমজাক বৰষুণ ৷

কিনকিনিয়া বৰষুণ জাকে নিমিষতে সেমেকাই তুলিলে বাট পথ ঘৰ চোতাল বন বননি ৷ আকাংক্ষিত অথচ কোনো আগজাননী নিদিয়াকৈ নামি অহা বৰষুণ জাকে গৃহস্থী,বাটৰুৱা, ব্যৱসায়ী সকলো পৰ্যায়ৰ জনসাধাৰণৰ মাজত কিছু লৰা ঢপৰাৰ সৃষ্টি কৰিলেও আটাইৰে মুখমণ্ডলত পৰিস্ফুত হ’ল শান্তিৰ ৰেখ ৷ সঁচাই নান্দনিক ফাগুনৰ বৰষুণ ৷

গৃহ নিৰ্মান,পথ নিৰ্মান তথা লেখহীন যান বাহনৰ যাতায়তে দশোদিশ ধুলিয়ৰি কৰি তোলাৰ পৰত এনে এজাক বৰষুণ যেন অমূল্যসম্পদ ৷ অকল জীৱকুলেই নহয়,গছ গছনি ফুল পাতেও ফাগুনৰ প্ৰথমজাক বৰষুণৰ মাদকতা যেন প্ৰাণভৰি উপভোগ কৰিছে ৷ 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.