31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাইত কোভিড প্ৰট’কল ভংগকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযানঃ চীল কৰি দিলে দোকানঃআদায় কৰিলে জৰিমনা

    ◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ আজি পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা ৰাজ্য চৰকাৰৰ কোভিড সম্বন্ধীয় এছ অ’ পি ভংগকৰাৰ অপৰাধত আজি কৃষ্ণাইত তিনিখন কাপোৰৰ দোকান চীল কৰি দিয়ে জিলা প্ৰশাসনে৷ ইয়াৰ বিপৰীতে আন পাঁচ খন দোকানৰ পৰা আদায় কৰে নগদ ধনৰ জৰিমণা৷ জিলা দণ্ডাধীশ ৰুণাল নাথৰ নেতৃত্বত স্থানীয় আৰক্ষী প্ৰশাসনৰ দল এটাই আজি আবেলি প্ৰায় ২ বজাত সমগ্ৰ কৃষ্ণাই বজাৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰতো এইদৰে অভিযান চলায়৷ ইফালে, কৃষ্ণাই আৰক্ষী থানাই আজি মাইকৰ জৰিয়তে কোভিড প্ৰট’কল মানি চলাৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds