31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    উমৰাহ হজৰবাবে মক্কালৈ যাত্ৰা আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ এটি দল

    গুৱাহাটী: আজি আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ জৰিয়তে উমৰাহ হজ্বৰ বাবে বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ কয়াকুছিৰ এ চি এচ বিষয়া তথা অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উপ- সচিব ছইবৰ ৰহমানৰ পৰিয়াল বৰ্গৰ ১০ জনীয়া এটা দল ৰমজান মাহত উমৰাহ হজৰবাবে পবিত্ৰ মক্কালৈ যাত্ৰা কৰে। দলটিক নেতৃত্ব দি লৈ যায় আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ স্বত্বাধিকাৰী আলহাজ মনিৰ উদ্দিনে।

    লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত হজ্জ যাত্ৰীৰ দলটি নিৰাপদে ঘুৰি অহাৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত যাতে শান্তি-সম্পীতি অটুট থকাৰ কামনা কৰি দোৱা কৰে মৰিগাঁও জিলাৰ ড°ৰফিকুল ইচলাম চাহাবে।

    উল্লেখ্য যে আল-আমিনা ট্ৰুৰচ এণ্ড ট্ৰেভেলচৰ এপ্ৰিল, জুলাই, আগষ্ট, চেপ্তেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবে উমৰাহ হজ্বৰ আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক ব্যক্তি সকলে বেলতলা ঘোঁৰামৰা মিলন পথ , গৃহ নং ১০ ত অৱস্থিত ট্ৰেভেলচৰ কাৰ্য্যালয়ত নাইবা ৯৯৫৪৮-৬৮১৩০ নম্বৰত আগতীয়াকৈ উমৰাহৰ বুকিং কৰিব পাৰিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds