শেহতীয়া আপডেটঃ

⭕যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে মডেল ৰাজকন্যা বৰুৱা

⚫শুকুৰবাৰে নিশা মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে।ৰ্ঘটনা সংঘটিত কৰা মডেল ৰাজকন্যা বৰুৱাক যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

⚫আৰক্ষীৰ দুৰ্বল ভূমিকা তথা উপযুক্ত গোচৰত ৰাজকন্যাক অভিযুক্ত নকৰাৰ বাবেই তেওঁ জামিন লাভ কৰা বুলি চৰ্চা চলিছিল।

⚫মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে ৰাজকন্যা আৰু দুৰ্বল গোচৰেৰে জামিন দিয়াত সহায় কৰা আৰক্ষী বিষয়া শলঠেকত পৰাটো নিশ্চিত হৈছে।

⚫ৰাজকন্যাক জামিন লাভৰ সুবিধা কৰি দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

⚫ইতিমধ্যে, দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

⚫আনহাতে, ৰাজকন্যাই সংঘটিত কৰা দুৰ্ঘটনাত যোচেফ নামৰ এজন শ্ৰমিকে দুয়োটা ভৰি হেৰুৱাবলগীয়া হ’ল।চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখনো৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.