31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বেদেতী খণ্ড বন বিষয়া ৰাজেন দাসক সম্বৰ্ধনা

    বেদেতী খণ্ড বন বিষয়া ৰাজেন দাসক সম্বৰ্ধনা :

    বিশ্বনাথ চাৰিআলি ১২ মাৰ্চ :
    বিহালী সমষ্টিৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বেদেতী বন শিৱিৰৰ খণ্ড বন বিষয়া ৰাজেন দাসক বিশেষ সম্বৰ্ধনা জনাই বেদেতী প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বন্যপ্ৰাণে।
    উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিহালী সংৰক্ষিত বনাঞ্চল খনত গছ গছনি সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যাৰ ফলত বেদেতী নেচাৰ্চ বন্যপ্ৰাণৰ ৰূপালী জয়ন্ত বৰ্ষৰ লগত সংগতি ৰাখি খণ্ড বন বিষয়া জনক সম্বৰ্ধনা জ্ঞাপন কৰে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.