31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    পাণ্ডুৰ ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনলৈ নাকৰ বি + গ্ৰেড

    মালিগাঁও● গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনলৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ চমুকৈ নাকে শেহতীয়াকৈ বি + গ্ৰেড প্ৰদান কৰিছে।

    শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰী আৰু আভ্যন্তৰীন মূল্যায়ন কোষৰ কো-অৰ্দিনেটৰ বৰিষ্ঠা চৰকাৰে জানিবলৈ দিয়া মতে এই স্বীকৃতিয়ে নিসন্দেহে প্ৰতিষ্ঠানখনৰ বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষক – শিক্ষাৰ্থী, প্ৰতিষ্ঠাকালৰ লগত জড়িত সকলোকে আনন্দিত কৰিব।

    একেদৰে আগন্তুক দিনত পুনৰ নতুন উদ্যমেৰে শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত কাম কৰিবলৈ উদগনি যোগাব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds