31.3 C
Guwahati
Wednesday, October 29, 2025
More

    শেহতীয়া আপডেটঃ

    কাৰ জয় ? কাৰ পৰাজয় ? LIVE

    নাওবৈচাঃ ১১ম ৰাউণ্ডৰ অন্তত

    কংগ্ৰেছঃ ভৰত নৰহ ৩৬৬২৫

    নিৰ্দলীয়ঃ ৰাও গজেন্দ্ৰ সিং ৩৩৫৯০

    অগপঃ  জয়ন্ত খাউণ্ড – ২৮৭৪৯
    ৰাইজৰ দলঃ আজিজুৰ ৰহমান, ২৬২১২
    ভৰত নৰহঃ ৩৫০০ ভোটত অগ্ৰগতি লাভ কৰিছে।


    কলিয়াবৰ -কেশৱ মহন্ত
    গোলাঘাটত-অজন্তা নেওগ
    বিশ্বনাথত- প্ৰমোদ বৰঠাকুৰ
    বিহালী-ৰঞ্জিত দত্ত
    চতিয়া-পদ্ম হাজৰিকা
    ছয়গাওঁ- ৰেকিবুদ্দিন আহমেদ
    মৰিয়নী-ৰূপজ্যোতি কুৰ্মী
    ছয়গাওঁ-ৰেকিবুদ্দিন আহমেদ


    কমলপুৰ সমষ্টি একাদশ ৰাউণ্ড

    বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ৯,৫৪৮ টা ভোটত অগ্ৰগতি

    ৰঙিয়া সমষ্টিত দশম ৰাউণ্ডৰ পিছত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ ১৭,৮৭৭ টা ভোটত অগ্ৰগতি


    *UDALGURI ASSEMBLY ELECTION RESULT-2021*

    *◆64-PANERY (After ROUND-5)*
    BPF(Karuna Swargiary)-15,649
    BJP(Biswajit Daimary)- 18,531
    BJP LEAD BY2882

    *◆69-UDALGURI (After ROUND-6)*
    BPF(Rihon Daimari)-22,998
    UPPL(Gobinda Ch Basumatary)-21,143
    BPF LEAD BY 1,855

    *◆70-MAJBAT (After ROUND-5)*

    BJP(Jitu Kishan)-15,183
    BPF(Charan Boro)-11,615
    UPPL(Ratendra Daimari)-7,304
    BJP LEAD BY 3568


    HOJAI DIST ELECTION RESULTS

    HOJAI
    ১৯ নং ৰাউণ্ডৰ অন্তত হোজাই সমষ্টিত বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে লাভ কৰিছে ৯২৩৪২ টা ভোট৷ তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত সাহাই লাভ কৰিছে মুঠ ৬২৬৩২ টা ভোট৷
    ১৯ নং ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী ২৯৭১০ টা ভোটত আগবাঢ়ি আছে৷

    LUMDING
    ১৯ নং ৰাউণ্ডৰ অন্তত লামডিঙৰ বিজেপি প্ৰাৰ্থী শিৱু মিশ্ৰই লাভ কৰিছে ৬১০৩৫ টা ভোট৷ তাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰে লাভ কৰিছে ৩৮৭১৯ টা ভোট৷ অষ্টম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থীগৰাকী ২২৩১৬ টা ভোটত আগবাঢ়ি আছে৷

    JAMUNAMUKH
    ১১ নং ৰাউণ্ডৰ অন্তত যমুনামুখৰ মহাজোটবন্ধনৰ প্ৰাৰ্থী সিৰাজুদ্দিন আজমলে লাভ কৰিছে ৪১৭৯১ টা ভোট৷ অগপৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১২৩২৮ টা ভোট৷ তাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীয়ে লাভ কৰিছে ৫৬১০ টা ভোট৷
    অষ্টম ৰাউণ্ডৰ অন্তত সিৰাজুদ্দিন আজমল নিকটতম প্ৰতিদ্বন্দী অগপৰ প্ৰাৰ্থী চাদুল্লা ভুঞাতকৈ ২৯৪৬৩ টা ভোটত আগবাঢ়ি আছে৷


     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds