Friday, June 6, 2025
24.8 C
Guwahati
TOP NEWS:

বিহালীৰ জিনজিয়া আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী ৯ জানুৱাৰী ২০২৪ :
মঙলবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি  শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাঙাপাৰা ৰেল ষ্টেছনৰ পৰা দহ গৰাকী কিশোৰ কিশোৰী উদ্ধাৰ কৰাৰ লগতে দুই কিশোৰ-কিশোৰী তথা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিৱলৈ সক্ষম হয়৷

বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত জিনজিয়া চাহ বাগিচা আৰু ৰতোৱা অঞ্চলৰ পৰা দুই মানৱ সৰবৰাহকাৰীয়ে দহ গৰাকী কিশোৰ কিশোৰীক বহিঃ ৰাজ্যত কামৰ প্ৰলোভন দি ৰেল যোগে বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই বিশ্বনাথ আৰক্ষীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ কিশোৰীৰ দলটোক৷

<span;>ইতিমধ্যে  বিহালীৰ জিনজিয়া আৰক্ষী থানাত আৰক্ষীয়ে কিশোৰ কিশোৰী কেইজনক  নিজৰ জিম্মাত ৰাখি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে । আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মানব সৰবৰাহকাৰীকো অধিক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সুত্ৰমতে মানৱ সৰবৰাহ  কাৰ্যত অধিক লোক থকাৰ সন্দেহ ৷

অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী ঘটনা সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই৷ সমৰ্থিত সুত্ৰমতে মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্টাৰ কৰা দুই সৰবৰাহকাৰী ক্ৰমে হাফিছ খান সুৰেশ নাগ বুলি জানিব পৰা গৈছে

- Advertisement -

Hot this week

সাম্প্ৰতিক বানত জুৰুলা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে শীৰ্ষ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা...

‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

মাননীয় সম্পাদক মহোদয়, বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ...

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
few clouds
23.8 ° C
23.8 °
23.8 °
94 %
0.9kmh
17 %
Thu
24 °
Fri
32 °
Sat
34 °
Sun
34 °
Mon
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds