Thursday, June 12, 2025
30.1 C
Guwahati
TOP NEWS:

ঘগ্ৰাপাৰৰ-থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ গুনোৎসৱত ছাত্ৰ ছাত্ৰীৰ উৎসাহ দেখি অভিভূত পৰ্য‍্যৱেক্ষক-জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্থিক

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ঘগ্ৰাপাৰৰ-থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ গুনোৎসৱত ছাত্ৰ ছাত্ৰীৰ উৎসাহ দেখি অভিভূত পৰ্য‍্যৱেক্ষক-জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্থিক

 

আজি চতুৰ্থ পৰ্য্যায়ৰ গুনোৎসৱৰ অন্তিমটো দশাৰ বহিঃ মূল্যায়নৰ দ্বিতীয় দিন৷ ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হোৱা উক্ত গুনোৎসৱ নলবাৰী জিলাতো পৰহিৰ পৰা আৰম্ভ হৈছে৷ আজিৰ দিনটোত ঘগ্ৰাপাৰত অৱস্থিত বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত থানুৰাম প্ৰাথমিক বিদ্যালয়তো গুনোৎসৱ অনুষ্ঠিত হৈছে৷ গুনোৎসৱকলৈ বিদ্যালয়খনৰ চাৰিওপিনে সুন্দৰকৈ সজাই-পৰাই তুলিছে৷বিদ্যালয়খনৰ প্ৰধান শিক্ষক মেচেৰ আলী আৰু সহঃ শিক্ষক অনিল বৰ্মনৰ তত্বাৱধানত তথা বহিঃমুল‍্যায়ক ৰমেশ শৰ্মা, সমল ব‍্যক্তি সুভাষ বৰ্মন আৰু কংকন বেজবৰুৱাৰ উপস্থিতিত অনুষ্ঠিত গুণোৎৱত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ সচিব তথা স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ সঞ্চালক আই এ এছ বিষয়া কৈলাশ কাৰ্থিকে হঠাৎ বিদ্যালয়খনত অনুষ্ঠিত হোৱা গুণোৎৱ পৰিদৰ্শন কৰে।বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ অভিভাৱক তথা ছাত্র-ছাত্ৰীৰ উৎসাহ দেখি অভিভূত হৈ পৰে।লগতে বিদ্যালয়খনৰ পৰিৱেশ দেখি প্ৰধান শিক্ষক মেচেৰ আলীৰ এনে কাৰ্যক সন্তুষ্টি প্ৰকাশ কৰে।লগতে বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শৈক্ষিক-মানসিক উত্তৰণৰ বাবে লোৱা এই পদক্ষেপে বিদ্যালয়ৰ বিদ‍্যায়তনিক আৰু সহবিদ‍্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীক বহুলাংশে উপকৃত কৰিব।

কিন্তু দুখৰ বিষয় বিদ্যালয়খনত প্ৰয়োজন শ্ৰেণী কোঠা, চাৰিবেৰৰ অভাৱ আৰু বিদ্যালয়খনৈ আহ-যাহ কৰা একমাত্ৰ পথছোৱাৰৰ বিধ্বস্ত ৰূপৰ কথা বিষয়াগৰাকীক ছাত্ৰ-ছাত্ৰীৰ স্থানীয় ৰাইজে বিষয়াগৰাকীক দুৰ কৰাৰ বাবে আহ্বান জনায়।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

- Advertisement -

Hot this week

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
26.9 ° C
26.9 °
26.9 °
88 %
1.3kmh
0 %
Thu
36 °
Fri
34 °
Sat
35 °
Sun
32 °
Mon
35 °