শিৱসাগৰত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ ঐক্য যাত্ৰা
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ উদ্যোগত ৰাজীৱ শদিয়া সমাধিস্থলৰ পৰা উলিওৱা সাংস্কৃতিক ঐক্য যাত্ৰাৰ দল আহি শিৱসাগৰত উপস্থিত হয়
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই সকলো জনগোষ্ঠীক সাংস্কৃতিক ভাৱে একত্ৰিত কৰি বৰ অসম গঢ়াৰ লক্ষ্যৰে এই যাত্ৰা আৰম্ভ কৰিছিল
এই যাত্ৰা অন্ত পৰিব সত্ৰ নগৰী মাজুলীত—মাজুলীত তিনি দিনীয়া কাৰ্য্যসূচীৰে এই যাত্ৰাৰ সামৰণি পৰিব




