31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীৰ ৰতোৱাত বাইক দুৰ্ঘটনা/আহত নগাঁও, কমাৰগাঁ‌ৱৰ তাপস ডেকা/তেজপুৰলৈ প্ৰেৰণ

    বিহালীৰ ৰতোৱাত বাইক দুৰ্ঘটনা/আহত নগাঁও, কমাৰগাঁ‌ৱৰ তাপস ডেকা/তেজপুৰলৈ প্ৰেৰণ

    অসম খবৰ বেদেতী, ২৩ জুনঃ বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰতোৱা অ’ভাৰ ব্ৰীজৰ নাতিদূৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এক বাইক দুৰ্ঘটনা সংঘটিত হয় ।
    বিশ্বনাথ চাৰিআলিৰ দিশৰ পৰা বৰগাং অভিমুখি এখন বাইক ( A K02 8333)ত অহা প্ৰায় ২৫-২৬ বছৰীয়া এজন যুৱকৰ সন্মুখেদি এজনী ছাগলী হঠাতে দৌৰি পাৰ হৈ যোৱাত নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি পথৰ মাজতে বাইকসহ আৰোহীজন বাগৰি পৰে । ফলত গুৰুতৰভাৱে আঘতপ্ৰাপ্ত হয় যুৱক জন । সেই সময়তে তাত উপস্থিত হোৱা কেইজনমান সচেতন লোকে স্থানীয় জিনজিয়া আৰক্ষী থানাত যোগাযোগ কৰাত আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰথমে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । জিনজিয়া আৰক্ষীৰ পৰা জানিব পৰা মতে আহত যুৱকজনৰ নাম তাপস ডেকা আৰু তেওঁৰ অৱস্থা কিছু গুৰুতৰ ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds