Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

৮ এপ্ৰিলত বিশ্বনাথৰ  বিশাল জনসভা সম্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

৮ এপ্ৰিলত বিশ্বনাথৰ  বিশাল জনসভা সম্বোধন কৰিব গৃহমন্ত্ৰীয়ে :

অসম খবৰ ডিজেল গহপুৰ ৩ এপ্ৰিল :

ৰাজ্যত তীব্ৰ হৈ উঠিছে লোক সভা নিৰ্বাচন। কংগ্ৰেছ বিজেপিকে ধৰি বিভিন্ন ৰাজনীতি দলৰ মাজত দেখা গৈছে তীব্ৰ প্ৰচাৰ।  আনহাতে ৰাজনীতি দল সমূহৰ প্ৰাৰ্থী সমূহক জয় কৰিবলৈ এতিয়া কেন্দ্ৰ পৰা ইজন পিছত সিজন হাইপ্ৰফাইল নেতা অসমলৈ অহা দেখা গৈছে।

 

Home Minister to address massive rally in Biswanath on April 8
Home Minister to address massive rally in Biswanath on April 8

ইফালে অসম ৮ এপ্ৰিলত শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শোণিতপুৰ গহপুৰলৈ আহিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা  সমিতিয়ে জানিব দিয়া অনুসৰি   ১১ নং শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিৰ অন্তৰ্গত গহপুৰ বিধান সমষ্টিত এখনি “বিশাল জনসভা” সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে  তাৰ  পৰিপ্ৰেক্ষিতত আজি গহপুৰৰ ঘাঁহিগাঁও ষ্টেডিয়ামত বিজেপি জিলা সমিতিৰ উদ্যোগত এখনি এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়৷ এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল,  বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ সমষ্টিৰ বিধায়ক  উৎপল বৰা , বিশ্বনাথ বিধায়ক  প্ৰমোদ বৰঠাকুৰ,বিজেপি বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ ,ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায় প্ৰমুখ্যে ৰাজ্যিক,জিলা আৰু মণ্ডলৰ কৰ্মকতা উপস্থিত থাকে।

- Advertisement -

Hot this week

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds