Thursday, May 29, 2025
25 C
Guwahati
TOP NEWS:

বিশ্বনাথত অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠা দিৱস পালন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠা দিৱস পালন ।

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৮ জুলাই ঃ বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাংগণত অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলা সমিতিয়ে আজি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি ড০ অৰুণ চলিহাই অসম গণিত শিক্ষায়তনৰ পতাকা উত্তোলন কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিষয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গণিত শিক্ষাৰ গুৰুত্ব আৰু জনপ্ৰিয়কৰণৰ ওপৰত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সঞ্জীৱ গগৈয়ে বক্তব্য দাঙি ধৰে। অনুষ্ঠানত অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ নৱজ্যোতি ওজা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰণামী ফুকন উপস্থিত থাকে। সভাপতিৰ ভাষণত বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ অৰুণ চলিহাই সাংবাদিকক জনোৱা অনুসৰি ১৯৮৬ চনৰ ১৮ জুলাইত বিশিষ্ট গণিতজ্ঞ ড০ বুদ্ধপ্ৰসাদ চেতিয়াৰ সভাপতিত্বত আৰু ড০ তাৰেকেশ্বৰ চৌধুৰীয়ে সম্পাদকৰ দায়িত্ব লৈ গঠন কৰিছিল ‘অসম গণিত শিক্ষায়তন’ নামৰ গণিত শিক্ষাক শিশুৰ মাজত জনপ্ৰিয় কৰা এই অনুষ্ঠানৰ। অহা ২১ আগষ্টত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া গণিত অলিম্পিয়াডৰ প্ৰস্তুতি কৰ্মশালাসমূহ অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাই ১৯ জুলাইৰ পৰা গহপুৰ, বিশ্বনাথ, চতিয়া আৰু দিকৰাই অঞ্চলৰ পঞ্চম শ্ৰেণীৰপৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

- Advertisement -

Hot this week

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
moderate rain
25.2 ° C
25.2 °
25.2 °
95 %
0.9kmh
100 %
Thu
25 °
Fri
24 °
Sat
31 °
Sun
28 °
Mon
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds