▶️বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অহা ৫ অক্টোবৰত কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। 
অহা ৫ অক্টোবৰত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণ
শপত গ্রহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



