Monday, June 9, 2025
36 C
Guwahati
TOP NEWS:

আজি ৰাভা দিৱস, সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ ৰাজ্যবাসীৰ,

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

Bishnu Rabha Diva

আজি ৰাভা দিৱস, সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ ৰাজ্যবাসীৰ,

 

কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰ ৰাজ্য
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।

 

আজি ৰাভা দিৱস (Rabha Divas)। প্ৰতিবছৰে ২০ জুনৰ দিনটো অসমবাসীয়ে বিষ্ণু প্ৰসাদ ৰাভা দিৱস (Bishnu Rabha Divas) হিচাপে পালন কৰি আহিছে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই এই দিনটোত ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱসৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে
অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল (Kalaguru Bishnu Prasad Rabha)।

সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেখেতে লিখা কালজয়ী গীতসমূহ প্ৰতিজন অসমীয়াৰ বুকুত শিপাই আছে।

- Advertisement -

Hot this week

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

Topics

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন

বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল...

ASSAM RIFLES UNDERTAKES PRO ACTIVE MEASURES TO THWART HEALTH ISSUES POST FLOODS

● Following the recent flood rescue efforts in Tripura...

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

Related Articles

Popular Categories

Assam
clear sky
34.5 ° C
34.5 °
34.5 °
53 %
1.3kmh
0 %
Mon
35 °
Tue
36 °
Wed
35 °
Thu
36 °
Fri
34 °