31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিহালী আঞ্চলিক পঞ্চায়ত সাপ্তাহিক বজাৰ নিৰ্বিদা প্ৰতিক্ৰিয়া সমাপ্ত বৰগাং সাপ্তাহিক বজাৰ চৰকাৰী মূল্য ১৮৭৬৫৮৮ বিপৰীতে ৪৩,১৫৩.৩৮৫ টকা

    বিহালী আঞ্চলিক পঞ্চায়ত সাপ্তাহিক বজাৰ নিৰ্বিদা প্ৰতিক্ৰিয়া সমাপ্ত বৰগাং সাপ্তাহিক বজাৰ চৰকাৰী মূল্য ১৮৭৬৫৮৮ বিপৰীতে ৪৩,১৫৩.৩৮৫ টকা ::

     

    বিহালী ৭ জুলাই :

    বিহালী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বজাৰ/ঘাট/ মীন মহলৰ বন্দবস্তি নির্বিদা জাননী যোৱ ৩/ ৫/২০২৩ ত প্ৰকাশ পাইছিল যদিও জননীত নিবিদা কাৰী সকলক ১৭/৬/২০৩ ভিতৰত নিজৰ নিজৰ পচন্দ বজাৰ হাট সমূহত নিদিবা জমা দিবলৈ আহ্বান কৰিছিল বিহালী আঞ্চলিক পঞ্চায়তে।

    উল্লেখযোগ্য যে পঞ্চায়ত আইন ১৯৯৪ অধিনত বজাৰ,ঘাট,মহল সমূহ অহা ১/৭/২০২৩ পৰা অহা ৩০/৬/২০২৪ লৈ বৰগাং সাপ্তাহিক, দৈনিক বজাৰ সমূহ নির্বিদা আহ্বান কৰিছিল বিহালী আঞ্চলিক পঞ্চায়তে এক বছৰৰ বাবে। ইফালে জাননী অনুসৰি যোৱা ১৭ জুন বিয়লি ২ বজাৰ ভিতৰত জমা দিয়া আবেদন সমূহ নিবিদাকাৰী সন্মুখীন বিহালী উন্নয়ন খণ্ড কাৰ্যালয়ত আবেদন সমূহ পৰীক্ষা কৰি জিলা পৰিষদলৈ প্ৰেৰণ কৰে বিহালী উন্নয়ন খণ্ডই ।
    আনহাতে ১৭ জুন পৰা প্ৰায় ১০ দিন অধিক সময় হাট বজাৰ সমূহৰ নথি পত্ৰ পৰীক্ষা নকৰি পৰীক্ষাৰ নামত জিলা পৰিষদৰ কাৰ্যালয়ত জমা ৰাখে যদিও শেহতীয়াকৈ ৫ জুলাই ভিতৰত আটাইতকৈ আঞ্চলিক পঞ্চায়ত বজাৰ সমূহ আটাইতকৈ বেছি নিবিদা ধন জমা দিয়া ব্যক্তি আবন্টন দিয়ে জিলা পৰিষদে তথা বিহালী আঞ্চলিক পঞ্চায়তে।কিন্তু বৰগাং ইয়াৰ মাজতে জিলা পৰিষদৰ কিছু সমস্যাৰ সন্মুখীন হয় বৰগাং দেওবাৰীয়া সাপ্তাহিক বজাৰ খন আবন্টন দিয়াক লৈ‌ । উল্লেখ যে বৰগাং সাপ্তাহিক বজাৰ খন নিবিদা কাৰী দুগৰাকী নিবিদা মূল্য সমান সমান হোৱাত বিপাঙত পৰে জিলা পৰিষদ। কিন্তু তাৰ মাজতে জিলা পৰিষদৰ সাধাৰণ কমিটিয়ে যোৱা ৫ জুলাই বৈঠকৰ সিদ্ধান্ত মৰ্মে যি গৰাকী বন্দোবস্তি বা মহলদাই নিবিদা মূল্য এককালীন ভাৱে তিনি দিনত ধন জমা কৰিব তেওঁযে সেই জনকে বজাৰ লাভ কৰিব বুলি এক জাননী প্ৰকাশ কৰে। এই জাননী অনুসৰি এককালীন ধন অহা তিনি দিন ভিতৰত নিবিদাকাৰী উজ্জ্বল দাসে ধন জমা দিয়া প্ৰতিশ্ৰুতি দিয়ে জিলা পৰিষদক। ইফালে যদি সমুদায় ধন এককালীন ভাৱে ৩ দিন ভিতৰত জমা দিব নোৱাৰে উক্ত মহলদা গৰাকীৰ বন্দোবস্তি আদেশ নিজেই বাতিল হোৱা লগতে আমানতৰ ধন বাজেয়াস্ত হ’ব বুলি ঘোষণা কৰে জিলা পৰিষদে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.