শেহতীয়া আপডেটঃ

ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিঃ কি কি সুবিধা আছে আঁচনিখনত?

▶️ জনসাধাৰণে ৯১৮১০-১৪৮৮৮ নম্বৰত হোৱাটছএপ কৰি নাইবা ০৩৬১-২৩৮১৫১১ আৰু ২৩৮-১১১২ নম্বৰত ফোন কৰি দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।

▶️ শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ’লে ৰাজ্য চৰকাৰে সন্মান সহকাৰে তেওঁৰ নশ্বৰদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব।
▶️ ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰত প্রতিবেদন লাভ কৰাৰ পাছত মৃতকক ৰাজ্যলৈ ঘূৰাই অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


▶️ অসম চৰকাৰে সত্যাসত্য নিৰূপণ কৰি নশ্বৰদেহৰ অন্তিম সংস্কাৰৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
▶️ সুচল পৰিবহণৰ বাবে বাহনৰ লগতে অন্যান্য আনুষ্ঠানিকতাও নিশ্চিত কৰা হ’ব।
▶️ জনসাধাৰণে ৯১৮১০-১৪৮৮৮ নম্বৰত হোৱাটছএপ কৰি নাইবা ০৩৬১-২৩৮১৫১১ আৰু ২৩৮-১১১২ নম্বৰত ফোন কৰি দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.