কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ ২০২৫ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি গঠন

২৩ মাৰ্চ ২০২৫ তাৰিখে শিৱসাগৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুস্থিত হোৱা ৰাজহুৱা সভাৰ মুকুল ৰাজকোঁৱৰৰ সভাপতিত্বত ২০২৫ বৰ্ষৰ উদযাপন সমিতি গঠন কৰা হয়৷ উক্ত সভাত […]

শিৱসাগৰৰ ঐতিহাসিক শিৱদলত অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ কাৰ্য্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। শ্ৰীশ্ৰী […]

নিৱনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি ভিক্টৰ দাসৰ মন্তব্যঃ ‘৩০ লাখ টকীয়া চাকৰি নালাগে ৩০ হাজাৰ টকীয়াই চাকৰি দিয়ক’

শিৱসাগৰত ভিক্টৰ দাস এটি গীতৰ চুটিঙৰ বাবে শিৱসাগৰত উপস্থিত ভিক্টৰ দাস ইণ্ডিয়াছ গট লেটেণ্ট সন্দৰ্ভটো মুখ খুলিলে ভিক্টৰে কিবা এটা ইচ্ছু লুকোৱাবলৈ এইটো ইচ্ছু বনাই […]

১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম

■ শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত আজি একেলগে ১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা ১০ হেজাৰৰো অধিক আইমাতৃয়ে পৰিৱেশন […]

‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ অধীনত শিৱসাগৰত ছাত্ৰী সকলক আৰ্থিক অনুদান প্ৰদান

◊ বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধ কৰি ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আৰম্ভ কৰা এই আঁচনিৰ অধীনত আজি শিৱসাগৰ সমষ্টিৰ ১৫৭০ গৰাকী ছাত্ৰীক ‘মুখ্যমন্ত্ৰীৰ নিযুত […]

ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ড০ জিতেন হাজৰিকাৰ

শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকা উপস্থিত হয় শিৱসাগৰ বিশ্ববিদ্যালয়ত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ […]

শিৱসাগৰৰ জয়ৰাপাৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানঃ ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা

♦ অসমীয়া জাতিৰ জনক, সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক সৰু গত কৰি ৰাইজৰ মাজত আন্তৰিকতাপূৰ্ণ সমন্বয় সম্প্ৰীতি গঢ়াৰ লক্ষ্যৰে শিৱসাগৰ নগৰৰ সমীপৰ জয়ৰাপাৰ গাওঁৱাসীৰ উদ্যোগত […]

আৰ্থিক সংকটত লোকশিল্পী কমলা গগৈ, ৰাজ্য চৰকাৰলৈ বিশেষ অনুৰোধ

♥ দিহা নামৰ সম্ৰাট অসমৰ জনপ্রিয় শিল্পী তথা বকুলবন বঁটা, নৃত্যাঞ্জলি বঁটা, সাংস্কৃতি সাধনা বঁটাৰ লগতে দিহাসম্ৰাট আৰু দিহাৰত্ন উপাধি লাভ কৰা এগৰাকী গৱেষক লোকশিল্পী। […]