31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত খাদ্যত বিষক্ৰিয়া হৈ ১৬ জনকৈ শ্ৰমিক অসুস্থ :

    বিশ্বনাথত খাদ্যত বিষক্ৰিয়া হৈ ১৬ জনকৈ শ্ৰমিক অসুস্থ :
    হোটেলৰ মালিক আটক :


    বৃস্হপতি বাৰে বিশ্বনাথ এক পৰিস্থিতি
    মধুপুৰ গাঁৱৰ বাবু বিশ্বকৰ্মা নামৰ ব্যক্তিৰ ঘৰৰ চাদ ঢালাই দিয়া ১৬ জনকৈ শ্ৰমিকে খাদ্য কাই হঠাৎ অসুস্থ হৈ পৰে। শ্ৰমিক সলকে বাবু বিশ্বকৰ্মা ঘৰত
    চাদ ঢালাই দিয়াৰ পিছত খাদ্য গ্ৰহণ কৰোতেই এই ঘটনা সংঘটিত হয়। শ্ৰমিক পৰা জানিব পৰা মতে
    ঘৰৰ মালিকে ঠিকাদাৰক গৰাকীক খাদ্যৰ বাবে ধন যোগান ধৰিছিল আৰু সেই ঠিকাদাৰে শ্ৰমিক সকলৰ বাবে খাদ্যৰ ব্যৱস্হা কৰিছিল এখন হোটেলত।সেই
    হোটেল খনৰ খাদ্য খাই শ্ৰমিক সকল অসুস্থ হৈ পৰে।
    ইফালে অভিযোগ উঠিছে হোটেল খনৰ কতৃপক্ষই ৰাসায়নিক সাৰৰ বাল্টিংত চবজি ভৰাই শ্ৰমিক সকলক খাদ্য যোগান ধৰিছিল।

    এই খাদ্য খোৱাৰ পিছতেই ১৬ জন শ্ৰমিক অসুস্হ হৈ পৰে।

    অসুস্হ শ্ৰমিক সকলক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

    হোটেলখনৰ মালিকক বিশ্বনাথ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিছে।
    চবজি ভৰাই অনা বাল্টিং টো জব্দ কৰিছে আৰক্ষীয়ে। বাতৰি প্ৰেৰণ কৰা মূহুৰ্তত লৈকে কোনো এজন শ্ৰমিক সংকট জনক তথ্য পোৱা নাই। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds