ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে ১০জানুৱাৰীত অমৃত উদ্যানত মুকলি ছবি অঁকা আৰু শ্ল’গান প্ৰতিযোগিতা
কেন্দ্ৰীয় চৰকাৰৰ পথ-পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু পৰিবহণ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত “ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ” উপলক্ষে কামৰূপ […]